03
Aug
আগকথা: JEC ৰ অৰ্ণৱ আৰু আস্থাৰ সমান্তৰাল ভাৱে চলা এটা কাহিনী। খণ্ড - ১ বাপুকনৰ ক্ৰাছজনীয়ে ফেচবুকত দুদিনমানৰ পৰা কেৱল অৰ্ণৱৰ কথা কৈ থকা দেখি ঘটনাৰ সকলো ৰহস্য উদঘাটন কৰি সি এবাৰতে পঢ়ি পেলালে JEC ৰ ১৯ টা পাৰ্ট । পঢ়ি উঠিয়েই বাপুকনৰ মনতো জাগ্ৰত হ'ল অৰ্ণৱ হোৱাৰ তীব্ৰ বাসনা । ৰুমমেটৰ বিচনাত পৰি থকা চিগাৰেট এটা সি জ্বলাই ল'লে । লগা লগ কাহত চকু ৰঙা পৰি গ'ল । পাবজীত ব্যস্ত ৰুমমেট সিদ্ধাৰ্থই খুউৱ কমেই বাহিৰৰ পৃথিৱীখনৰ খৱৰ ৰাখে যদিও নিজৰ ভাগৰ চিগাৰেটো নষ্ট কৰাই সি হেডফোন আঁতৰাই চিঞৰি উঠিল *****। ইফালে চিগাৰেটৰ ধোঁৱা গলত ধৰি বাপুকনৰ প্ৰাণ যাওঁ অৱস্থা…