27
Aug
কেদাৰা (Kedara) এজন পৰিপূৰ্ণ সফল মানুহ জীৱনৰ গতিত অকলশৰীয়া হৈ পৰিলে কি হয়? কেনেকুৱা হয় তেওঁৰ মানসিক অৱস্থা? বুকুৰ ভিতৰত কিমান জমা হব পাৰে অব্যক্ত যন্ত্ৰণা? সংসাৰ জীৱনৰ পৰা অপসাৰিত হোৱা মানুহজন সমাজতো হৈ পৰে অপসাৰিত, নিস্প্ৰয়োজন আৰু ঠাট্টা মস্কৰাৰ বিষয় ৷৷ তেনেকুৱা মানুহ এজন যদি আত্মমৰ্য্যদা আৰু অভিজাত হয় আৰু এদিন যদি সেই বুকুত চেপি ৰখা যন্ত্ৰণা আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয়? সকলো মানুহৰ জীৱনতেই ব্যৰ্থতা আছে আৰু থাকিবই ৷৷ সেই ব্যৰ্থতাৰ চাঁ-পোহৰৰ কাহিনীয়েই "কেদারা" ৷৷এজন নিসংগ "হরবোলা" শিল্পী নৰসিংহ ৷৷ হৰবোলা শব্দৰ অৰ্থ Mocking Bird ৷৷ মুখেৰে পশু পক্ষীৰ মাজত হুবহু উলিয়াব পৰা মানুহ ৷৷ আকাশ চুই যোৱা নিসংগতাৰ…