Assamese Cinema

কেদাৰা (Kedara)

কেদাৰা (Kedara)

কেদাৰা (Kedara) এজন পৰিপূৰ্ণ সফল মানুহ জীৱনৰ গতিত অকলশৰীয়া হৈ পৰিলে কি হয়? কেনেকুৱা হয় তেওঁৰ মানসিক অৱস্থা? বুকুৰ ভিতৰত কিমান জমা হব পাৰে অব্যক্ত যন্ত্ৰণা? সংসাৰ জীৱনৰ পৰা অপসাৰিত হোৱা মানুহজন সমাজতো হৈ পৰে অপসাৰিত, নিস্প্ৰয়োজন আৰু ঠাট্টা মস্কৰাৰ বিষয় ৷৷ তেনেকুৱা মানুহ এজন যদি আত্মমৰ্য্যদা আৰু অভিজাত হয় আৰু এদিন যদি সেই বুকুত চেপি ৰখা যন্ত্ৰণা আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয়? সকলো মানুহৰ জীৱনতেই ব্যৰ্থতা আছে আৰু থাকিবই ৷৷ সেই ব্যৰ্থতাৰ চাঁ-পোহৰৰ কাহিনীয়েই "কেদারা" ৷৷এজন নিসংগ "হরবোলা" শিল্পী নৰসিংহ ৷৷ হৰবোলা শব্দৰ অৰ্থ Mocking Bird ৷৷ মুখেৰে পশু পক্ষীৰ মাজত হুবহু উলিয়াব পৰা মানুহ ৷৷ আকাশ চুই যোৱা নিসংগতাৰ…
Read More
দ্যা জাপানীজ ৱাইফ

দ্যা জাপানীজ ৱাইফ

দ্যা জাপানীজ ৱাইফ (Movie Review) ভালপোৱাৰ অনুভৱ আচলতে কেনেকুৱা? হাজাৰ জনৰ ভীৰৰ মাজত কোনোবা এজনক বিশেষ যেন অনুভৱ কৰা আৰু তেওঁৰ প্ৰতি হৃদয়ত অশান্ত সাগৰ সদৃশ ঢৌৰ উঠা নমা ৷৷ মনলৈ আহে "এওঁকেই আজীবন নিজৰ কাষত বিচাৰো, তেওঁৰ অবিহনে জীৱনৰ সকলো প্ৰাপ্তিৰ মাজতো ৰব শূণ্যতা ৷৷ সমগ্ৰ পৃথিবীৰ বিনিময়তো যেন তেওঁকেই বিচাৰে মনে" কিন্তু ভালপোৱা ব্যক্তি জন যদি হাজাৰ হাজাৰ মাইল আতৰত থাকে? যদি কোনোদিনেই সো-শৰীৰে দেখা নাই, যাৰ হাতত হাত থৈ চকুত চকু থৈ হাজাৰ হাজাৰ অভিমান মোহাৰি পেলাব পৰা নাই? সেই ভালপোৱাৰ স্থায়িত্ব বা আয়ুস কিমান? পশ্চিমবংগৰ সুন্দৰবনৰ নিকটবৰ্তী অঞ্চলৰ গনিতৰ শিক্ষক স্নেহময় ৷৷ পত্ৰবন্ধুত্বৰ যোগেৰে প্ৰেম হয়…
Read More