matidalir bor

মাটিডালিৰ বড়

মাটিডালিৰ বড়

উপকৰণসমূহ: মাটিডালি ১কাপ পিয়াজ ১ টা নহৰু ৪ ফুটা আদা অকণমান নিমখ জলকীয়া প্ৰনালী: মাটিডালি, নহৰু, আদা, জলকীয়া পিহি আন্দাজমতে নিমখ দি পিয়াজ কাটি মিঠাতেলত নিজৰ পচন্দ মতে আকাৰ দি ভাজি টিচু পেপাৰত উঠাই থলো। গৰমে গৰমে চাহ বা ভাতৰ লগত বৰ সোৱাদ লাগে। 👨‍🍳 নয়নী হাজৰিকা
Read More