মাটিডালিৰ বড়

উপকৰণসমূহ:

মাটিডালি ১কাপ

পিয়াজ ১ টা

নহৰু ৪ ফুটা

আদা অকণমান

নিমখ

জলকীয়া

প্ৰনালী:

মাটিডালি, নহৰু, আদা, জলকীয়া পিহি আন্দাজমতে নিমখ দি পিয়াজ কাটি মিঠাতেলত নিজৰ পচন্দ মতে আকাৰ দি ভাজি টিচু পেপাৰত উঠাই থলো। গৰমে গৰমে চাহ বা ভাতৰ লগত বৰ সোৱাদ লাগে।

👨‍🍳 নয়নী হাজৰিকা

By