Recent

তমসো মা জ্যোতিৰ্গময় – ঊষা

September 1, 2025

প্ৰাঞ্জিত ডেকা মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫ অন্যতকৈ পৃথক বুলি তেওঁ ভাবি আহিছিল এটা সময়লৈ।পিছে তেওঁ কৰা কৰ্মই যথাযথ মৰ্যদা লাভ কৰা নাছিল সমাজৰ দৃষ্টিত।জাত-পাতৰ ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ স্খলন ঘটোৱাৰ সময়তেই তেওঁৱো ইয়াৰ স্বীকাৰ হৈছিল।কাৰণটো হৈছে তেওঁলোক চাফাই কৰ্মী।শৌচালয়ৰ মল-মূত্ৰ চাফা কৰাই জীৱন তেওঁলোকৰ।শৈক্ষিক দিশত অনগ্ৰসৰ তেওঁলোক,সেইগতিকেই উপায়ন্তৰ হৈ শেষত জীৱিকাৰ সম্বল হৈ পৰে চাফাই

মোৰ আন্দামান ভ্ৰমণৰ একাংশ

September 1, 2025

প্ৰণৱেশ বৰ্মন মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫ সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত এক উল্লেখনীয় স্থান আছিল চেল্যুলাৰ জেল বা কালাপানী। চেল্যুলাৰ জেল বা কালাপানী, এনে এক ঠাই

মই আৰু ৰামদাস চাচা

September 1, 2025

প্ৰাঞ্জিত ডেকা মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫ মূষলধাৰ বৰষুণজাক। গাড়ীখনেও আহি গাঁৱখনৰ নিৰ্জন এই পথতোতে হঠাতেই বেয়া হ’বলৈ পালে।কি কৰিম নকৰিম ভাবি থাকোতেই এক ছায়ামূৰ্তি আহি মোৰ ৱেগনাৰ গাড়ীৰ খিৰিকীখনত দুই আঙুলিৰে টুকুৰিয়ালে।হঠাতেই সম্বিত ঘূৰাই পোৱাৰ দৰেই চকামকাকৈ দেখা সেই চেহেৰাটো গাড়ীৰ লাইটৰ পোহৰত চাবলৈ চেষ্টা কৰিলো।অলপ অপ্ৰস্তুত হৈ পৰিছিলো সেই সময়ত। নাই ধৰিবই নোৱাৰি।কোনে জানো

Next