Recent

মোৰ আন্দামান ভ্ৰমণৰ একাংশ

September 1, 2025

প্ৰণৱেশ বৰ্মন মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫ সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত এক উল্লেখনীয় স্থান আছিল চেল্যুলাৰ জেল বা কালাপানী। চেল্যুলাৰ জেল বা কালাপানী, এনে এক ঠাই

মই আৰু ৰামদাস চাচা

September 1, 2025

প্ৰাঞ্জিত ডেকা মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫ মূষলধাৰ বৰষুণজাক। গাড়ীখনেও আহি গাঁৱখনৰ নিৰ্জন এই পথতোতে হঠাতেই বেয়া হ’বলৈ পালে।কি কৰিম নকৰিম ভাবি থাকোতেই এক ছায়ামূৰ্তি আহি মোৰ ৱেগনাৰ গাড়ীৰ খিৰিকীখনত দুই আঙুলিৰে টুকুৰিয়ালে।হঠাতেই সম্বিত ঘূৰাই পোৱাৰ দৰেই চকামকাকৈ দেখা সেই চেহেৰাটো গাড়ীৰ লাইটৰ পোহৰত চাবলৈ চেষ্টা কৰিলো।অলপ অপ্ৰস্তুত হৈ পৰিছিলো সেই সময়ত। নাই ধৰিবই নোৱাৰি।কোনে জানো

পুৰুষ মানেই

September 1, 2025

উজ্জ্বলা বৰদলৈ গোলাঘাট, অসম, ৭৮৫৬২১ এখন সুন্দৰ গাৱঁলীয়া ঘৰ , আহল – বহল আগচোতাল – পাছচোতাল , আগচোতালৰ কাষে – কাষে যদি বিবিধ থলুৱা ফুলৰ গছ , পাছফালৰ বাৰীত আকৌ বিবিধ ফল – মূলকে ধৰি শাক – পাচলিৰ গছ । গোহালীত গৰু – পুখুৰীত মাছ , হাঁহ – পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিবেশ