অন্তৰীক্ষত স্বপ্নৰ যাত্ৰা আৰম্ভ ভাৰতৰ
July 12, 2025
বিবেক বৈশ্য, জ্যেষ্ঠ অভিযন্তা, বেংগালুৰু, কৰ্ণাটক (kapildebnath88@gmail.com) মূল শব্দ: মহাকাশযান, এক্সিয়ম-৪, অভিযান, আন্তৰ্জাতিক, ISS অন্তৰীক্ষত স্বপ্নৰ যাত্ৰা মহাকাশে সদায়েই মানুহক আকৰ্ষণ কৰি আহিছে, অন্তৰীক্ষত স্বপ্নৰ যাত্ৰা আৰম্ভ আৰু প্ৰতিটো নতুন অভিযানৰ সৈতে মানৱজাতি এনে এক ভৱিষ্যতৰ ওচৰ চাপিছে য’ত মহাকাশ ভ্ৰমণ অধিক সহজলভ্য আৰু সহযোগিতামূলক হৈ পৰিব। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (ISS)লৈ সম্প্ৰতি সম্পন্ন হোৱা এক্সিয়ম-৪