কেলেণ্ডাৰ
September 1, 2025
পম্পী শইকীয়া, বিশ্বনাথ চাৰিআলি, অসম, ৭৮৪১৭৬ পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ’ল অপৰ্না বাইদেউ | আনদিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখটোত চাৰিওপিনে এটা বৃত্ত আঁকিলে | প্ৰায়
আমাৰ বৰ্ষাৰণ্যসমুহ আৰু কিছু চিন্তা
July 12, 2025
ড° নমিতা দত্ত বিষয়বস্তু বিশেষজ্ঞা, কৃষি বিজ্ঞান কেন্দ্ৰ, শোণিতপুৰ, অসম (namita.dutta@aau.ac.in) মূল শব্দ: বৰ্ষাৰণ্য, দিহিং পাটকাই, জৈৱ বৈচিত্ৰ, কাৰ্বন চিংকিং, চিপকো আন্দোলন বৰ্ষাৰণ্যৰ সংজ্ঞা আৰু বৈশিষ্ট্য বৰ্ষাৰণ্য- অৰ্থাৎ “বৰ্ষা” আৰু “অৰন্য” অৰ্থাৎ যিসমূহ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়, তেনে ঠাই সমুহত উৎপত্তি হোৱা অৰণ্য সমূহক বৰ্ষাৰণ্য বুলি কোৱা হয়। সংজ্ঞামতে এই ঠাইসমুহত হোৱা বছৰি গড়
বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা
July 12, 2025
ড° পুলক সভাপণ্ডিত সহকাৰী অধ্যাপক, গণিত বিভাগ, বিশ্বনাথ মহাবিদ্যালয়, অসম, ৭৮৪১৭৬ (pulaksabhapandit@gmail.com) মূল শব্দ: বিজ্ঞানৰ দৰ্শন, কাৰ্ল পপাৰ, বিজ্ঞান আৰু অবিজ্ঞান, বৈজ্ঞানিক পদ্ধতি, বিজ্ঞানমনষ্কতা বিজ্ঞানৰ সংজ্ঞা আৰু মূলভিত্তি বিজ্ঞান কি? নিউটনৰ মাধ্যাকৰ্ষণ সূত্ৰ অথবা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কে নিৰ্ভুল ধাৰণা লব পৰা কিম্বা অইলাৰৰ কঠিন গাণিতিক তত্ত্বত পাৰদৰ্শী হোৱাই বিজ্ঞান নেকি? ৰসায়ন বা পদাৰ্থ