বেইৰুটৰ ৰাজপথ

এটা কলম কিনক

এটা কলম কিনক

মানুহৰ মনত আঘাত কৰিব পৰা কেইখন মান তীক্ষ্ণ আৰু হৃদয় বিদাৰক ফটো ৷৷ লেবাননৰ ৰাজধানী বেইৰুটৰ ব্যস্ত ৰাজপথত সাধাৰণ আৰু কমদামী কলম কেইটামান লৈ বিক্ৰিৰ বাবে গ্ৰাহকৰ সন্ধানত এজন ব্যক্তি, মুখত হতাশা, ভাগৰ, অন্ধকাৰৰ চিন ৷৷ সেইখিনিলৈকো ঠিকেই আছিল পিছে ফটোখনত দেখা গৈছিল তেওঁৰেই চাৰি পাঁচ বছৰীয়া কন্যা সন্তানটি এটি কান্ধত শুই আছিল ৷৷ এহাতে শুই থকা কন্যাটিক চম্ভালি আনখন হাতেৰে মানুহক ৰখাই ৰখাই কলম কিনিবলৈ অনুৰোধ কৰি ফুৰিছিল মানুহজনে ৷৷ মানুহজনৰ নাম আছিল আব্দুল হালিম আল আট্টাৰ ৷৷ গৃহযুদ্ধত জৰ্জৰিত চিৰিয়াত নিজৰ পত্নী সহ সৰ্বস্ব হেৰুৱাই কন্যা ৰিম সহ বাকী সন্তান দুটিক লৈ লেবাননত আশ্ৰয় লোৱা এজন দূৰ্ভগীয়া শৰণাৰ্থী…
Read More