Internet addiction

তৰুণ প্ৰজন্মৰ ইন্টাৰনেট গেম আসক্তি

তৰুণ প্ৰজন্মৰ ইন্টাৰনেট গেম আসক্তি

তৰুণ প্ৰজন্মৰ ইন্টাৰনেট গেম আসক্তি বৰ্তমান সমগ্ৰ বিশ্বজুৰি দেখা গৈছে ইন্টাৰনেটভিত্তিক খেল (গেম) বিপ্লব। এই সোতত উটি ভাঁহি গৈছে তৰুণ প্রজন্ম। জার্মানিৰ ইউনিভাৰ্চিটি অব লাইপচিশ পৰিচালিত দীর্ঘম্যাদী এক গবেষণাৰ সম্প্রতি প্রকাশিত প্ৰতিবেদনৰ মতে, ইন্টাৰনেট গেম নিজে কোনো সমস্যাৰ কাৰক নহয়; সমস্যাৰ উদ্ভৱ তেতিয়া হয়, যেতিয়া খেলুৱৈ সকল ইয়াৰ প্ৰতি প্ৰয়োজনাধিক আসক্ত হৈ পৰে। পঞ্চাছ বছৰৰ আগতেই বিশ্ববাসীক কম্পিউটাৰ গেমৰ লগত পৰিচয় কৰাই দিছিল মার্কিন পদার্থবিদ উইলিয়াম হিগিনবোথামে। সেই গেমটোৰ নাম আছিল ’টেনিচ ফৰ টু’৷ সেই টেনিচ ফৰ টুৰ হাতত ধৰিয়েই কম্পিউটাৰ গেম আহি আহি আজি এই পৰ্য্যায়ত উপনীত হৈছেহি। কম্পিউটাৰ বা ইণ্টাৰনেট গেমৰ প্ৰতি যুৱ প্ৰজন্মৰ আসক্তি বিষয়টো কোনো নতুন…
Read More