Assamese recipe

পুঠীমাছৰ সোৰষে ঝোল

পুঠীমাছৰ সোৰষে ঝোল

উপকৰণসমূহ: পুঠীমাছ ২৫০ গ্ৰাম সৰিয়হ ২ চামুচ ১ টা বেঙেনা কাটিব ইঞ্চিমান, ১ টা পিয়াজ ৫/৬ টা কেচা জলকীয়া হালধী গুৰি নিমখ সৰিয়হ তেল  কালজিৰা প্ৰনালী: পুঠীমাছ খিনি অলপ ভাজি লৈ তাৰ পিছত তেলত কালজিৰা দিব তাৰ পাছত কাটি থোৱা বেঙেনা দি নিমখ হালধি দি ভাজি লৈ উঠাই থব । সেই খিনি তেলত পিহি থোৱা পিয়াজ খিনি দি ভাজি লৈ জলকীয়া কাটি দিব । পিয়াজখিনি ভজা হৈ গলেই ভাজি লোৱা বেঙেনা দি পিহি লোৱা সৰিয়হ দিব ।অলপ সময় ভাজি লৈ পানী দিব অলপ পাছত ওতলিলে ভাজি লোৱা মাছ দিব অলপ ফুটিলে গেছৰ পৰা নমাই অলপ সৰিয়হ তেল দি থব। 👨‍🍳…
Read More