ভেবেলি লতা বৰ

উপকৰণসমূহ:

১. ভেবেলি লতা পাত এমুঠি

২. চাউলৰ গুৰা

৩. আদা

৪. নহৰু

৫. নিমখ

৬. জলকীয়া

৭. পিয়াঁজ

৮. ৰিফাইন তেল বা মিঠাতেল

        প্ৰথমে পিচিব বাবে চাউল কেইটা মান তিয়াই থলোঁ।তাৰ পিছত আদা ,নহৰু গুচাই ললোঁ। এতিয়া আমি ভেবেলিলতা পাত মুঠি পিহি  তাৰ লগতেই তিয়াই থোৱা চাউল কেইটা টুকি আদা নহৰু নিমখ সোৱাদ মতে দি একেলগে পিছত বনাই ললোঁ।

তাৰ পিছত পিয়াঁজ আৰু জলকীয়া মিহিকৈ কুটি বৰ আকাৰ কৰি এখন কেৰাহীত তেল দি ভাজি দিলোঁ।

👨‍🍳 শৰ্মিষ্ঠা শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

89 + = 97