কল পাতত দিয়া মাছ

উপকৰণ

ছপোৱা মাছ ১\২ পোৱা

আদা এটুকুৰা

নহৰু ৬/৭ফুট মান

কেচা জলকীয়া ৩/৪টা

কণ বিলাহী ৩/৪ টা মান

নিমখ, হালধি পৰিমাণ অনুসৰি

মান ধুনীয়া ৪পাট মান

কলপাত দুখিলা

ৰন্ধন প্ৰণালী

কলপাত দুখিলা

প্ৰথমতে মাছ খিনি ধুই লৈ নিমখ হালধি সানি লৱ।তাৰ পিছত আদা টুকুৰা চুৰুকি ললো।নহৰু কেইফুটা মিহিকৈ কাটি ললো। জলকীয়া ফালি ললো

এতিয়া সকলো খিনি বস্তু মাছৰ লগত সানি ললো।কণ বিলাহী কেইটা ও তাতে দি দিলো। এতিয়া সকলো খিনি বস্তু কলপাত খনত মেৰিয়াই বান্ধি লৈ টাৱা এখনত ‌দি জুইত বহাই দি ঢাকি দিলো।মাজে মাজে লুটিয়াই দি থাকি ২৫/৩০মিনিত পিছত নমাই কেছা তেল সানি ভাতৰ সতে পৰিবেশন কৰিলো।

👨‍🍳 ৰীতা দাস বৰদলৈ

By