Total rivers in Assam

অসমৰ প্ৰধান নদী আৰু ইয়াৰ উপনদী সমূহৰ তালিকা

অসমৰ প্ৰধান নদী আৰু ইয়াৰ উপনদী সমূহৰ তালিকা

অসমৰ প্ৰধান নদী আৰু ইয়াৰ উপনদী সমূহৰ তালিকা আ আই নদী (Aie River) - ভূটানত উৎপত্তি। বিজনী চহৰৰ পৰা ৩১ কিলোমিটাৰ পশ্চিমে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি  ব্ৰহ্মপুত্ৰত মিলিত হয়। আকাশী গংগা (Akashiganga)- কাৰ্বি আংলঙৰ পাৰাখুৱা আৰু হলদীআটিৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ অতিক্ৰম কৰা এখন সৰু নদী। আমৰেং (Amreng) আমলং (Amlong) ক কটাখাল (Katakhal) কনমাকোৰা (Kanmakora) কপিলি (Kapili) - মেঘালয়ৰ দক্ষিণ পূবৰ চাইপং সংৰক্ষিত বনাঞ্চলত আৰম্ভ হয়। ইয়াৰ ওপৰত বহুতো প্ৰকল্প আছে আৰু বিখ্যাত হৈছে উমৰাংচোৰ খাংডং হাইডেল প্ৰকল্প। কৰকাংটি (Karangkati)- কাৰ্বি আংলঙৰ লাংহিন চহৰ পাৰ হোৱা এখন সৰু নদী। কৰ্কংথি দিক্ৰুত আৰু হৰিনাৰ সৈতে একেলগে যমুনাত পৰে। কলং (Kalang) -…
Read More