Goru Bihu

ব’হাগৰ সাত-বিহু আৰু “সাতশাকী”

ব’হাগৰ সাত-বিহু আৰু “সাতশাকী”

সাত বিহু   অসমীয়া মানুহৰ জাতীয় উৎসৱ বিহুৰ পৰম্পৰাত ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনা আৰম্ভহৈ ব’হাগ মাহৰ ষষ্ঠ দিনালৈ মুঠতে সাতদিন ব্যাপি উদযাপন কৰা হয় ৷ এই সাতটি দিন সাতটা বেলেগ বেলেগ নামেৰে পৰিচিত ৷ ঠাই ভেদে নামৰ খেলিমেলি আৰু বেলেগ ৰূপও দেখা যায় ৷ সেই সাতটা দিন তলত বৰ্ণনা কৰা ধৰণে উদযাপন হয় ৷ ১/ গৰুবিহু : ৰঙালীবিহুৰ প্ৰথম দিনটো অসমীয়া জন-জীৱন আৰু কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ গুৰুত্ব অনুধাৱন কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয় । সেইদিনা গৰুক লক্ষ্মীৰ ৰূপত সুশ্ৰূষা কৰা হয়। পুৱাতে গৰু-ম’হৰ গাত মাহ-হালধি সানি, কপালত তিলক আঁকি, দীঘলতি-মাখিয়তীৰ ডালেৰে কোবাই খেদি নি ওচৰৰে নৈ,…
Read More