Chital Fish Muthiya

বাঙালী সম্প্ৰদায়ৰ চিতল মাছৰ মুইঠ্যা

বাঙালী সম্প্ৰদায়ৰ চিতল মাছৰ মুইঠ্যা

উপকৰণসমূহ: * ৫০০ গ্রাম চিতল মাছৰ পিছ * ২০০ গ্রাম সৰিয়হৰ তেল (মিঠা তেল) * ২ টেবিল চামুচ ময়দা * ১ কাপ পিয়াজ পেষ্ট * ১/২ কাপ বিলাহী পেষ্ট * ২ সৰু চামুচ আদা পেষ্ট * ২ সৰু চামুচ নহৰু পেষ্ট * ৪/৫ টা জলকীয়া * ১+১/২ সৰু চামুচ নিমখ * ১ সৰু চামুচ হালধি গুৰি * ১/২ সৰু চামুচ কাশ্মীৰি লাল মিৰ্চ * ১ সৰু চামুচ ঘি * ২/৩ টি ইলাছি * ১ টা তেজপাত * ১ কাপ পানী ৰন্ধন প্ৰণালী: প্ৰথমে- চিতল মাছৰ পিছ সমূহ অলপ সময়ৰ বাবে পানীত সজাই লৈ, ছালৰ পৰা মাছ খিনি ভালদৰে চামুচেৰে চুচি…
Read More