China tourism in Assamese. How to go China from Assam

চীনদেশত এভুমুকি

চীনদেশত এভুমুকি

ভ্ৰমনৰ আনন্দই সুকীয়া | দৈনন্দিন জীৱনৰ একঘেয়ামিৰ পৰা কিছুদিনৰ বাবে ওলাই গৈ নতুন নতুন ঠাই চোৱাৰ অভিজ্ঞতা প্ৰতিজন ব্যক্তিৰ বাবেই আনন্দদায়ক | সেয়েহে ব্যস্ততাময় জীৱনৰ পৰা ফাঁক উলিয়াই কেইবছৰমান আগতে আমাৰ পাৰিবাৰিক বন্ধুপৰিয়াল এটিৰ সৈতে চীনদেশ চাবলৈ বুলি ওলাইছিলো |তেতিয়া অৱশ্যে আমাৰ দেশ আৰু চীন দেশৰ সম্বন্ধ যথেষ্ট ভাল আছিল | তেতিয়া সূৰ্যোদয়ৰ মনোৰম সময় | সোনালী আভাৰে পৰিপুষ্ট আকাশৰ মেঘৰ সৈতে লুকাভাকু খেলি খেলি আমাৰ বিমানখন হংকং বিমানবন্দৰত অৱতৰন কৰিলেগৈ | সাৰপাই থকাবাবে এই নয়নাভিৰাম দৃশ্য মই উপভোগ কৰিব পাৰিলো | আমাৰ লক্ষ্যস্থান বেইজিং | ৰঙাচীনৰ ৰাজধানী চহৰ বেইজিং | একৈশ শতিকাৰ বিস্ময় চীনদেশ বুলি কলেও বেচিকৈ কোৱা নহয়…
Read More