Ambubachi

অথ: অম্বুবাচী কথা

অথ: অম্বুবাচী কথা

ধূপ ধূনাৰ আমোলমোল গোন্ধে চৌপাশ সুৰভিত কৰি তোলা পৰিবেশ টোত অহা আহিছে যোৱা গৈছে।কেৱে যদি ওপৰলৈ উঠি যোৱা পথটিৰ স্থায়ী অস্থায়ী দোকান বোৰলৈ ভুমুকিয়াইছে আন কোনোৱে আকৌ ভষ্মৰে সৰ্বশৰীৰ ঢাকি ডিঙিত ৰুদ্ৰাক্ষৰ মালা আঁৰি বম বম বোলে কৈ গীত জোৰা জনক লক্ষ্য কৰি বিভোৰহৈ পৰিছে।কোনোৱে আকৌ দেৱী কালী গোঁসানী নহ'লে জটাধাৰী শিৱৰ ৰূপত বিচৰণ কৰি ফুৰাজনক চাই গদ্ গদ্ হৈ প্ৰণাম কৰিছে।লোকে লোকাৰণ্য হৈ থকা নীলাচল পাহাৰত আহাৰ মাহৰ এই পৱিত্ৰ সময়ছোৱাৰ এইয়া চিৰপৰিচিত সুলভ দৃশ্য।বহি:ৰাজ্যৰ পৰা আগমন ঘটা লাখ লাখ ভক্তৰ সমাগমে নীলাচল পাহাৰৰ ' মা' ৰ আলয়ক এইকেইটা দিন সজীৱতাৰে ভৰাই তোলে ।ৰজ:স্বলা মাতৃৰ পৃজা অৰ্চনা,ধ্যানাদিৰে মূখৰিত চৌহদটিত…
Read More