প্ৰথম ৰাগিনী

ধীৰু ভূঞাৰ “প্ৰথম ৰাগিনী”

ধীৰু ভূঞাৰ “প্ৰথম ৰাগিনী”

ধীৰু ভূঞাৰ "প্ৰথম ৰাগিনী" গাভৰু ছোৱালীজনীয়ে টিকট কাউন্টাৰত টিকট কিনিবলৈ পইছা দি হাত সোমোৱাই দিয়ে,  কাউন্টাৰত বহি থকা মানুহজনে কয়: "বাইদেউ, টকাটো অচল, এইটো অচল টকা" চিনেমাখনৰ আৰম্ভনি এই দৃশ্যটোৰে, পৰবৰ্তী সময়ত তাই প্ৰেমত পৰে, প্ৰেমিকৰ সন্তান গৰ্ভত ধাৰণ কৰাৰ পিছত এদিন তেওঁক বিচাৰি তেওঁৰ ঘৰলৈ যায় ছোৱালী জনী ৷৷ প্ৰেমিকৰ ঘৰত লগ পায় তেওঁৰ সন্তান সম্ভবা পত্নীক, একো নোকোৱাকৈ তাৰ পৰা উভতি আহে, শেষত খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ লগত নাৰ্চ হিচাপে নিজৰ জীৱন মানবজাতিৰ কল্যানৰ বাবে উচৰ্গা কৰি ব্যক্তিগত প্ৰেম আৰু প্ৰয়োজনীয়তাৰ সংজ্ঞা সলনি কৰি মানবীয় কৰ্তব্যবোধৰ মাজত তাই হেৰাই যায় ৷৷ প্ৰথম দৃশ্যটোৰ সংলাপটোৱে চিনেমাখনৰ পৰবৰ্তী ঘটনাক্ৰমৰ আভাস দিয়ে,…
Read More