তমসো মা জ্যোতিৰ্গময় – ঊষা

প্ৰাঞ্জিত ডেকা
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫

অন্যতকৈ পৃথক বুলি তেওঁ ভাবি আহিছিল এটা সময়লৈ।পিছে তেওঁ কৰা কৰ্মই যথাযথ মৰ্যদা লাভ কৰা নাছিল সমাজৰ দৃষ্টিত।জাত-পাতৰ ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ স্খলন ঘটোৱাৰ সময়তেই তেওঁৱো ইয়াৰ স্বীকাৰ হৈছিল।কাৰণটো হৈছে তেওঁলোক চাফাই কৰ্মী।শৌচালয়ৰ মল-মূত্ৰ …

Read More »

মোৰ আন্দামান ভ্ৰমণৰ একাংশ

প্ৰণৱেশ বৰ্মন
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫

সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত …

Read More »

মই আৰু ৰামদাস চাচা

প্ৰাঞ্জিত ডেকা
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫

মূষলধাৰ বৰষুণজাক। গাড়ীখনেও আহি গাঁৱখনৰ নিৰ্জন এই পথতোতে হঠাতেই বেয়া হ’বলৈ পালে।কি কৰিম নকৰিম ভাবি থাকোতেই এক ছায়ামূৰ্তি আহি মোৰ ৱেগনাৰ গাড়ীৰ খিৰিকীখনত দুই আঙুলিৰে টুকুৰিয়ালে।হঠাতেই সম্বিত ঘূৰাই পোৱাৰ দৰেই চকামকাকৈ দেখা সেই চেহেৰাটো …

Read More »

পুৰুষ মানেই

উজ্জ্বলা বৰদলৈ
গোলাঘাট, অসম, ৭৮৫৬২১

এখন সুন্দৰ গাৱঁলীয়া ঘৰ , আহল – বহল আগচোতাল – পাছচোতাল , আগচোতালৰ কাষে – কাষে যদি বিবিধ থলুৱা ফুলৰ গছ , পাছফালৰ বাৰীত আকৌ বিবিধ ফল – মূলকে ধৰি শাক – পাচলিৰ গছ । …

Read More »

কেলেণ্ডাৰ

পম্পী শইকীয়া,
বিশ্বনাথ চাৰিআলি, অসম, ৭৮৪১৭৬

পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ’ল অপৰ্না বাইদেউ | …

Read More »