তমসো মা জ্যোতিৰ্গময় – ঊষা

প্ৰাঞ্জিত ডেকা
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫

অন্যতকৈ পৃথক বুলি তেওঁ ভাবি আহিছিল এটা সময়লৈ।পিছে তেওঁ কৰা কৰ্মই যথাযথ মৰ্যদা লাভ কৰা নাছিল সমাজৰ দৃষ্টিত।জাত-পাতৰ ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাৰ স্খলন ঘটোৱাৰ সময়তেই তেওঁৱো ইয়াৰ স্বীকাৰ হৈছিল।কাৰণটো হৈছে তেওঁলোক চাফাই কৰ্মী।শৌচালয়ৰ মল-মূত্ৰ …

Read More »

মোৰ আন্দামান ভ্ৰমণৰ একাংশ

প্ৰণৱেশ বৰ্মন
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫

সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত …

Read More »

মই আৰু ৰামদাস চাচা

প্ৰাঞ্জিত ডেকা
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫

মূষলধাৰ বৰষুণজাক। গাড়ীখনেও আহি গাঁৱখনৰ নিৰ্জন এই পথতোতে হঠাতেই বেয়া হ’বলৈ পালে।কি কৰিম নকৰিম ভাবি থাকোতেই এক ছায়ামূৰ্তি আহি মোৰ ৱেগনাৰ গাড়ীৰ খিৰিকীখনত দুই আঙুলিৰে টুকুৰিয়ালে।হঠাতেই সম্বিত ঘূৰাই পোৱাৰ দৰেই চকামকাকৈ দেখা সেই চেহেৰাটো …

Read More »

পুৰুষ মানেই

উজ্জ্বলা বৰদলৈ
গোলাঘাট, অসম, ৭৮৫৬২১

এখন সুন্দৰ গাৱঁলীয়া ঘৰ , আহল – বহল আগচোতাল – পাছচোতাল , আগচোতালৰ কাষে – কাষে যদি বিবিধ থলুৱা ফুলৰ গছ , পাছফালৰ বাৰীত আকৌ বিবিধ ফল – মূলকে ধৰি শাক – পাচলিৰ গছ । …

Read More »

কেলেণ্ডাৰ

পম্পী শইকীয়া,
বিশ্বনাথ চাৰিআলি, অসম, ৭৮৪১৭৬

পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ’ল অপৰ্না বাইদেউ | …

Read More »

আমাৰ বৰ্ষাৰণ্যসমুহ আৰু কিছু চিন্তা

ড° নমিতা দত্ত
বিষয়বস্তু বিশেষজ্ঞা, কৃষি বিজ্ঞান কেন্দ্ৰ, শোণিতপুৰ, অসম
(namita.dutta@aau.ac.in)

মূল শব্দ: বৰ্ষাৰণ্য, দিহিং পাটকাই, জৈৱ বৈচিত্ৰ, কাৰ্বন চিংকিং, চিপকো আন্দোলন

বৰ্ষাৰণ্যৰ সংজ্ঞা আৰু বৈশিষ্ট্য

বৰ্ষাৰণ্য- অৰ্থাৎ “বৰ্ষা” আৰু “অৰন্য” অৰ্থাৎ যিসমূহ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়, তেনে ঠাই …

Read More »

বিজ্ঞান অবিজ্ঞান আৰু বিজ্ঞানমনষ্কতা

ড° পুলক সভাপণ্ডিত
সহকাৰী অধ্যাপক, গণিত বিভাগ, বিশ্বনাথ মহাবিদ্যালয়, অসম, ৭৮৪১৭৬
(pulaksabhapandit@gmail.com)

মূল শব্দ: বিজ্ঞানৰ দৰ্শন, কাৰ্ল পপাৰ, বিজ্ঞান আৰু অবিজ্ঞান, বৈজ্ঞানিক পদ্ধতি, বিজ্ঞানমনষ্কতা

বিজ্ঞানৰ সংজ্ঞা আৰু মূলভিত্তি

বিজ্ঞান কি? নিউটনৰ মাধ্যাকৰ্ষণ সূত্ৰ অথবা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কে নিৰ্ভুল …

Read More »

নাৰিকলত দেখা দিয়া বগা মাখি পোক আৰু ইয়াৰ নিয়ন্ত্ৰণ

সংযুক্তা শইকীয়া
বিষয়বস্তু বিশেষজ্ঞা, কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাট, অসম
(sanjukta_saikia@yahoo.co.in)

মূল শব্দ: ৰুগোজ স্পাইৰেলিং, বগা মাখি, নিয়ন্ত্ৰণ, কীটপতংগ, ভেঁকুৰৰ আক্ৰমণ

বগা মাখি
বৰ্তমান সময়ত এবিধ বগা মাখিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবষত বিভিন্ন ধৰণৰ ফল-মূল যেনে: নাৰিকল, আম আদিকে ধৰি বিভিন্ন …

Read More »

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ

প্ৰণৱেশ বৰ্মন
মঙ্গলদৈ, দৰং, অসম, ৭৮৪১২৫
(pranabeshbarman@gmail.com)

মূল শব্দ: ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষ, জেৰুজালেম বিতৰ্ক, শৰণাৰ্থী, ইহুদী

প্ৰাচীন সংঘৰ্ষৰ শিপা

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ নতুন নহয়। দশকৰ পৰা দশক ধৰি চলা এই সংঘৰ্ষৰ ইতিহাস বহু পুৰণি ৷ কিন্তু কিয় এই সংঘাত? ইহুদী …

Read More »

ইৰান- ঐতিহাসিক আৰু ভূ-ৰাজনৈতিক বিশ্লেষণ

ড॰ পল্লৱী ডেকা
বিষয়বস্তু বিশেষজ্ঞা, কৃষি বিজ্ঞান কেন্দ্ৰ, ওদালগুৰি
(pallavi.deka@gmail.com)

মূল শব্দ: ইৰান,সাম্ৰাজ্য,পাহলৱী, ৰাজনীতি, ধৰ্ম,

প্ৰাচীন ইৰান: সভ্যতাৰ উত্থান আৰু বিকাশ

ইৰান, যাক প্ৰাচীন কালত পাৰস্য (Persia) বুলি জনা গৈছিল, বিশ্বৰ আটাইতকৈ প্ৰাচীন, সমৃদ্ধিশালী আৰু ৰহস্যময় সভ্যতাৰ অন্যতম। ইয়াৰ ইতিহাস …

Read More »